বীৰ চিলাৰায়
(Bir Chilarai)
বীৰ চিলাৰায় (Bir Chilarai) ৰ পৰিচয় অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ চিলাৰায়ৰ জন্ম হৈছিল ১৫১০ খৃষ্টাব্দত। অসাধাৰণ বীৰত্বৰ অধিকাৰী চিলাৰায়ে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ
দক্ষিণপাট সত্ৰ
(Dakhinpat Satra)
দক্ষিণপাট সত্ৰ (Dakhinpat Satra) প্ৰতিষ্ঠাকাল আৰু নামকৰণ মাজুলীৰ দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। এই সত্ৰৰ শিষ্যৰ সংখ্যা বাকী ৰাজসত্ৰকেইখনৰ ভিতৰত আটাইতকৈ বেছি। এই সত্ৰভাগ আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। জয়ধ্বজসিংহই
গড়মূৰ সত্ৰ
(Garmur Satra)
গড়মূৰ সত্ৰ (Garmur Satra) গড়মূৰ সত্ৰৰ প্ৰতিষ্ঠা গড়মূৰ সত্ৰ (Garmur Satra) অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। ৰাজ পৃষ্ঠপোষকতাৰ দিশৰ পৰা তৃতীয় শাৰীৰ যদিও স্থাপনৰ কাল হিচাপে এই সত্ৰৰ স্থান দ্বিতীয়। ১৬৫৬ খ্ৰীষ্টাব্দত গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰা হয়। সত্ৰৰ
কুৰুৱাবাহী সত্ৰ
(Kuruabahi Satra)
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ প্ৰতিষ্ঠাকাল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) প্ৰতিষ্ঠা কৰা হয়। এই খন চাৰি ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। প্ৰতিষ্ঠাৰ কাল সঠিক ৰূপত উপলব্ধ নহ’লেও এই সত্ৰ চাৰিখন ৰাজসত্ৰৰ
আউনীআটী সত্ৰ
(Auniati Satra)
আউনীআটী সত্ৰ আউনীআটী সত্ৰ (Auniati Satra)ৰ প্ৰতিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা অন্যান্য অনুষ্ঠানসমূহৰ ভিতৰত সত্ৰ অন্যতম। উপাস্য দেৱতাৰ উপাসনা কৰা, বিভিন্ন ধৰ্মীয় তত্ত্ব সম্পৰ্কে চৰ্চা কৰা আৰু সমাজত
কালিৰাম মেধি
(Kaliram Medhi)
অসমীয়া ভাষা-সাহিত্যৰ অন্যতম এক পৰিচিত নাম কালিৰাম মেধি। অসমীয়া ভাষাৰ সংকট কালত সি সকল ব্যক্তিৰ অনুপম লিখনিয়ে আমাৰ ভাষাৰ ভেটি সুদৃঢ় কৰিছিল সেই সকলৰ ভিতৰত কালিৰাম মেধি (Kaliram Medhi) অন্যতম। ১৮৭৮ চনৰ অক্টোবৰ মাহত কামৰূপ জিলাৰ হাজোৰ ৰামদিয়া গাঁৱত কালিৰাম
জ্ঞানদাভিৰাম বৰুৱা
(Jnanadabhiram Barua)
জ্ঞানদাভিৰাম বৰুৱা (Jnanadabhiram Barua) জাতি প্ৰেমৰ অমূল্য স্নেহেৰে আবৃত জ্ঞানদাভিৰাম বৰুৱা অসমীয়া সাহিত্যৰ লগতে সংবাদ জগতৰ এজন প্রাত: স্মৰণীয় ব্যক্তি। নিজকে অসমীয়া হিচাপে গৌৰৱ কৰি তেখেতে কৈছিল – “অসম, অসম যে বৃহৎ এই কথা এনেকৈ দীঘলাই বহলাই নকলেও হয়। কিন্তু
মফিজুদ্দিন আহমদ হাজৰিকা
(Mafizuddin Ahmed Hazarika)
মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika) আধুনিক অসমীয়া কাব্য সাহিত্যৰ এক চিনাকী পৰিচয় মফিজুদ্দিন আহমদ হাজৰিকা। “জ্ঞানমালিনী” কবি হিচাপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰগড় জিলাৰ যোৰহাটিয়াপট্টিত ১৮৭০ চনৰ ৩০ আগষ্টত জন্ম হয়। তেঁও হিম্মতুদ্দিন আহমদ হাজৰিকা আৰু মাতৃ হ’ল ৰাহনুৰী।