Tag: GS-I

ভাৰতীয় সমাজৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ
EFFECT OF GLOBALIZATION ON INDIAN SOCIETY

শেহতীয়া ভূ-ৰাজনৈতিক পৰিৱৰ্তনসমূহ যেনে, মধ্যপ্ৰাচ্যত চলি থকা সংকট, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ, চীন আৰু পাশ্চাত্যৰ বিশ্বৰ মাজত অৱনতিশীল ৰাজনৈতিক সম্পৰ্ক আদিয়ে গোলকীকৰণৰ ভৱিষ্যত আৰু ভাৰতৰ দৰে ৰাষ্ট্ৰসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে উদ্বেগ উত্থাপন কৰিছে। ভাৰতীয় সমাজত বিশ্বায়নৰ ইতিবাচক প্ৰভাৱ অৰ্থনৈতিক

Continue Reading →

হিমালয়ান হিমবাহীয় হ্ৰদৰ সম্প্ৰসাৰণ
HIMALAYAN GLACIAL LAKES EXPANSION

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (National Green Tribunal (NGT)) হিমালয়ৰ হিমবাহীয় হ্ৰদৰ সম্প্ৰসাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে।গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এনে হ্ৰদবোৰৰ আকাৰ বিগত ১৩ বছৰত বাবে প্ৰায় ১০.৮১% বৃদ্ধি পাইছে। ফলত পাৰিপাৰ্শ্বিক আৰু সুৰক্ষাজনিত উদ্বেগ বৃদ্ধি পাইছে। হিমবাহীয় হ্রদসমূহ

Continue Reading →

হৰ্ণবিল উৎসৱ
HORNBILL FESTIVAL

২০০০ চনত আৰম্ভ হোৱা হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ ১৭টা নগা জনজাতিৰ ঐতিহ্য প্ৰদৰ্শিত হোৱা প্ৰধান সাংস্কৃতিক অনুষ্ঠান। নাগালেণ্ড ৰাজ্যত্ব প্ৰাপ্তি দিৱস (১ ডিচেম্বৰ)ৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়। হৰ্ণবিল উৎসৱ ধনেশ চৰাই

Continue Reading →

ভাৰতীয় সংবিধান সংৰচনাত সহায়কাৰী মহিলাসকলে
WOMEN WHO HELPED SHAPE THE INDIAN CONSTITUTION

সংবিধান দিৱসত (২৬ নৱেম্বৰ) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সংবিধান সভাৰ মহিলা সদস্যসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। সংবিধান সভাত ১৫ গৰাকী মহিলাসহ মুঠ ২৯৯ গৰাকী সদস্য আছিল। সভাৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সৰোজিনী নাইডু, সুচেতা কৃপলানী

Continue Reading →

নগাড়া উৎসৱ
NGADA FESTIVAL

ৰেংমা নগা জনগোষ্ঠীয়ে চেমিন্যু আৰএছএ খেলপথাৰত (Tseminyu RSA Ground) দুদিনীয়া কাৰ্যসূচীৰে নগাড়া উৎসৱ তথা মিনি হৰ্ণবিল উৎসৱ (Ngada Festival-cum-Mini Hornbill Festival) উদ্যাপন কৰিছিল। নগাড়া উৎসৱৰ বিশেষত্বসমূহ নৱেম্বৰৰ অন্তিমভাগত ৰেংমা নগা জনগোষ্ঠীয়ে এই উৎসৱ উদযাপন কৰে। ইয়াত ৰীতি-নীতি, সাংস্কৃতিক অনুষ্ঠান আৰু

Continue Reading →

হৰ্ণবিল উৎসৱ
HORNBILL FESTIVAL

নাগালেণ্ড চৰকাৰ আৰু ভাৰতস্থিত জাপানী দূতাবাসে ঘোষণা কৰে যে কোহিমাৰ ওচৰৰ কিছামাত ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ১০ দিনীয়া হৰ্ণবিল ফেষ্টিভেল ২০২৪-ত জাপান অংশীদাৰ হ’ব। জাপানৰ লগতে সংযুক্ত ৰাজ্য (ৱেলছ)(United Kingdom (Wales)) ও অংশীদাৰী ৰাষ্ট্ৰ হিচাপে কাৰ্য সমাপন কৰিব।

Continue Reading →

গোলকীয় মৃত্তিকা সন্মিলন (Global Soil Conference (GSC)) ২০২৪
GLOBAL SOIL CONFERENCE (GSC) 2024

খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ আধাৰশিলা হিচাপে মাটিৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন দিল্লীত গোলকীয় মৃত্তিকা সন্মিলন (Global Soil Conference (GSC)) ২০২৪ অনুষ্ঠিত হৈছিল। বিশ্ব মৃত্তিকা সন্মিলন ২০২৪ আন্তঃৰাষ্ট্ৰীয় মৃত্তিকা বিজ্ঞান সংঘ (International Union of

Continue Reading →

ভাৰত আৰু আন্তৰ্জাতিক শক্তি সংস্থা (IEA)ৰ গুৰুত্বপূৰ্ণ খনিজ সহযোগিতা (CRITICAL MINERALS COOPERATION) সম্পৰ্কত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
INDIA SIGNS MOU WITH IEA FOR CRITICAL MINERALS COOPERATION

খনি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ খনিজ খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিৰ গুৰুত্ব ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ কৌশলসমূহ শক্তিশালী কৰাঃ এই চুক্তিয়ে ফলপ্ৰসূ সম্পদ ব্যৱস্থাপনাৰ বাবে নিৰ্ভৰযোগ্য তথ্য, বিশ্লেষণ আৰু নীতিৰ পৰামৰ্শসমূহৰ প্ৰৱেশাধিকাৰ

Continue Reading →