অলপতে লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। লচিত বৰফুকনৰ ইতিহাস জন্ম আৰু প্ৰাৰম্ভিক জীৱনঃ ১৬২২ চনৰ ২৪ নৱেম্বৰত অসমৰ চৰাইদেউত তেওঁৰ জন্ম হৈছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজচ’ৰাৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ আৰু সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠতম পুত্ৰ
লাচিত বৰফুকন
LACHIT BORPHUKAN
