মফিজুদ্দিন আহমদ হাজৰিকা
(Mafizuddin Ahmed Hazarika)
মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika) আধুনিক অসমীয়া কাব্য সাহিত্যৰ এক চিনাকী পৰিচয় মফিজুদ্দিন আহমদ হাজৰিকা। “জ্ঞানমালিনী” কবি হিচাপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰগড় জিলাৰ যোৰহাটিয়াপট্টিত ১৮৭০ চনৰ ৩০ আগষ্টত জন্ম হয়। তেঁও হিম্মতুদ্দিন আহমদ হাজৰিকা আৰু মাতৃ হ’ল ৰাহনুৰী।
ৰজনীকান্ত বৰদলৈ
(Rajanikanta Bordoloi)
ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi) আধুনিক অসমীয়া সাহিত্যিত যিগৰাকী সাধকৰ হাতত অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল তেৱেঁই হ’ল ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)। তেওঁ উপন্যাসসমূহৰ মাজেৰে অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমাহষৰ্ক কাহিনী প্ৰতিফলিত কৰিছে। বিশাল উপন্যাস ৰচনাৰাজিৰ বাবে তেখেতক
হেমচন্দ্ৰ গোস্বামী
(Hemchandra Goswami)
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) অসমীয়া সাহিত্য জগতৰ এটি চিৰস্মৰণীয় নাম হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami)। অসমীয়া সাহিত্যত ইটালিয়ান গীতি কবি পেট্ৰাকৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবিগৰাকীয়েই হল হেমচন্দ্ৰ গোস্বামী। ১৮৭২ চনৰ ৮ জানুৱাৰীত গোলাঘাট জিলাৰ ঢেঁকীয়াল মৌজাৰ
লক্ষ্মীনাথ বেজবৰুৱা
(Lakshminath Bezbarua)
লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) অসমৰ জাতীয় সংগীতৰ সৃষ্টিকৰ্তা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম প্ৰাত:স্মৰণীয় ব্যক্তি। তেখেতৰ কলমৰ স্পৰ্শত জীপাল হৈ উঠিছিল অসমীয়া সাহিত্যৰ পথাৰ, সৃষ্টি হৈছিল বহু আপুৰুগীয়া ৰচনা। ১৮৬৪ চনৰ ১৯ নবেম্বৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ নিশা মহাবাহুৰ বুকুত
চন্দ্ৰধৰ বৰুৱা
(Chandradhar Barua)
চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) উনবিংশ শতিকাত যিসকলে বৰেণ্য সাহিত্যিকে অমূল্য সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সংস্কৃতিক চহকী কৰি গৈছে তেখেতসকলৰ ভিতৰত অন্যতম চন্দ্ৰধৰ বৰুৱা।১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী আছিল। চন্দ্ৰধৰ বৰুৱা (Chandradhar
পদ্মনাথ গোহাঞিবৰুৱা
(Padmanath Gohain Baruah)
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) আধুনিক অসমীয়া সাহিত্য জগতৰ অন্যতম প্ৰাত: স্মৰণীয় ব্যক্তি পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah)। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতিৰ পদ অলংকৃত কৰা পদ্মনাথ গোহাঞিবৰুৱাই অৰ্ধ শতাব্দীৰো অধিক কাল অসমীয়া সাহিত্যৰ একান্ত সেৱকৰূপে আত্মনিবেদন কৰি গ’ল।
ৰঘুনাথ চৌধাৰী
(Raghunath Choudhary)
ৰঘুনাথ চৌধাৰী (Raghunath Choudhary) ৰঘুনাথ চৌধাৰী অসমীয়া কাব্য সাহিত্যৰ জগতৰ এক উজ্বল নক্ষত্ৰ। জোনাকী যুগৰ ত্ৰিমূৰ্তিয়ে জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যৰ জগতত যি নব্য-দৃষ্টিভংগীৰ আমদানি কৰিছিল, সেই নব্যধাৰাৰ উত্তৰসুৰী সকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম আছিল। অসমীয়া ৰমন্যাসিক কবিতাৰ জগতখনলৈ তেওঁৰ
শৰৎ চন্দ্ৰ সিংহ
(Sarat Chandra Sinha)
কুৰি শতিকাৰ অসমৰ ৰাজনীতিত এজন ধীৰ, স্থিৰ আৰু নিকা ভাবমূৰ্তিৰ জননেতা আছিল শৰৎ চন্দ্ৰ সিংহ। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সুদীৰ্ঘ প্ৰায় ছটা দশকজুৰি বটবৃক্ষৰ ভুমিকা লৈ এক জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল শৰৎ চন্দ্ৰ সিংহ। অতি সাধাৰণ অৱস্থাৰ পৰা আহি কঠিন সংগ্ৰামৰ