কুৰুৱাবাহী সত্ৰ
(Kuruabahi Satra)
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ প্ৰতিষ্ঠাকাল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) প্ৰতিষ্ঠা কৰা হয়। এই খন চাৰি ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। প্ৰতিষ্ঠাৰ কাল সঠিক ৰূপত উপলব্ধ নহ’লেও এই সত্ৰ চাৰিখন ৰাজসত্ৰৰ
আউনীআটী সত্ৰ
(Auniati Satra)
আউনীআটী সত্ৰ আউনীআটী সত্ৰ (Auniati Satra)ৰ প্ৰতিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা অন্যান্য অনুষ্ঠানসমূহৰ ভিতৰত সত্ৰ অন্যতম। উপাস্য দেৱতাৰ উপাসনা কৰা, বিভিন্ন ধৰ্মীয় তত্ত্ব সম্পৰ্কে চৰ্চা কৰা আৰু সমাজত
কালিৰাম মেধি
(Kaliram Medhi)
অসমীয়া ভাষা-সাহিত্যৰ অন্যতম এক পৰিচিত নাম কালিৰাম মেধি। অসমীয়া ভাষাৰ সংকট কালত সি সকল ব্যক্তিৰ অনুপম লিখনিয়ে আমাৰ ভাষাৰ ভেটি সুদৃঢ় কৰিছিল সেই সকলৰ ভিতৰত কালিৰাম মেধি (Kaliram Medhi) অন্যতম। ১৮৭৮ চনৰ অক্টোবৰ মাহত কামৰূপ জিলাৰ হাজোৰ ৰামদিয়া গাঁৱত কালিৰাম
জ্ঞানদাভিৰাম বৰুৱা
(Jnanadabhiram Barua)
জ্ঞানদাভিৰাম বৰুৱা (Jnanadabhiram Barua) জাতি প্ৰেমৰ অমূল্য স্নেহেৰে আবৃত জ্ঞানদাভিৰাম বৰুৱা অসমীয়া সাহিত্যৰ লগতে সংবাদ জগতৰ এজন প্রাত: স্মৰণীয় ব্যক্তি। নিজকে অসমীয়া হিচাপে গৌৰৱ কৰি তেখেতে কৈছিল – “অসম, অসম যে বৃহৎ এই কথা এনেকৈ দীঘলাই বহলাই নকলেও হয়। কিন্তু
মফিজুদ্দিন আহমদ হাজৰিকা
(Mafizuddin Ahmed Hazarika)
মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika) আধুনিক অসমীয়া কাব্য সাহিত্যৰ এক চিনাকী পৰিচয় মফিজুদ্দিন আহমদ হাজৰিকা। “জ্ঞানমালিনী” কবি হিচাপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰগড় জিলাৰ যোৰহাটিয়াপট্টিত ১৮৭০ চনৰ ৩০ আগষ্টত জন্ম হয়। তেঁও হিম্মতুদ্দিন আহমদ হাজৰিকা আৰু মাতৃ হ’ল ৰাহনুৰী।
ৰজনীকান্ত বৰদলৈ
(Rajanikanta Bordoloi)
ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi) আধুনিক অসমীয়া সাহিত্যিত যিগৰাকী সাধকৰ হাতত অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল তেৱেঁই হ’ল ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)। তেওঁ উপন্যাসসমূহৰ মাজেৰে অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমাহষৰ্ক কাহিনী প্ৰতিফলিত কৰিছে। বিশাল উপন্যাস ৰচনাৰাজিৰ বাবে তেখেতক
হেমচন্দ্ৰ গোস্বামী
(Hemchandra Goswami)
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) অসমীয়া সাহিত্য জগতৰ এটি চিৰস্মৰণীয় নাম হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami)। অসমীয়া সাহিত্যত ইটালিয়ান গীতি কবি পেট্ৰাকৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবিগৰাকীয়েই হল হেমচন্দ্ৰ গোস্বামী। ১৮৭২ চনৰ ৮ জানুৱাৰীত গোলাঘাট জিলাৰ ঢেঁকীয়াল মৌজাৰ
লক্ষ্মীনাথ বেজবৰুৱা
(Lakshminath Bezbarua)
লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) অসমৰ জাতীয় সংগীতৰ সৃষ্টিকৰ্তা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম প্ৰাত:স্মৰণীয় ব্যক্তি। তেখেতৰ কলমৰ স্পৰ্শত জীপাল হৈ উঠিছিল অসমীয়া সাহিত্যৰ পথাৰ, সৃষ্টি হৈছিল বহু আপুৰুগীয়া ৰচনা। ১৮৬৪ চনৰ ১৯ নবেম্বৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ নিশা মহাবাহুৰ বুকুত